Bengali Lyrics

Bora Saulor Jolpan Lyrics (বৰা চাউলৰ জলপান) By Akash Pritom

Bora Saulor Jolpan Lyrics

Bora Saulor Jolpan Lyrics (বৰা চাউলৰ জলপান) By Akash Pritom’

বৰা চাউলৰ জলপান – Bora Saulor Jolpan Bangla Song Lyrics. This song Singing by Akash Pritom. Music Composed by Palash Gogoi & Akash Pritom. This is a Fantastic song. Everyone will have a lot of fun listening to this song. I hope, everyone will find peace by listening to the song. This song Publish “AC MULTIMEDIA” youtube channel. If anybody need Bangla Lyrics & English Lyrics, they can easily got it by this website.

Song Information:

Song : Bora Saulor Jolpan – বৰা চাউলৰ জলপান
Singer : Akash Pritom
Lyrics : Sunit Gogoi, Sourav Saikia, Akash Pritom, Khirod Dutta & Apurba Jyoti Mohan
Composer : Sourav Saikia, Akash Pritom, Khirod Dutta
Music : Palash Gogoi & Akash Pritom
Mixed/Mastered : Diganta Bordoloi
Label : AC MULTIMEDIA

বৰা চাউলৰ জলপান লিরিক্সঃ

অই বৰা চাউলৰ জলপান
দেখি লাগে খাং খাং
লগতে গুৰ-গাখীৰ লৈ
অ তোৰ যিহে চেহেৰা
দেখি লাগে যাং যাং
তোৰে ঘৰৰ জোৱাই হবলৈ (২ বার)

সুৰুকি ঐ সুৰুকি
বুকুতে মোৰ সোমালি
ঘামে তিতা দেহাতি
নাচালেও চোন নোৱাৰি
নপতিলেও পতাই চাম
নুবুজিলেও বুজাই চাম
বেয়া পালেও পাবি মোক
ইমানতো যদি তোক
ঘৰৰ পৰা নিদিয়ে
পলুৱাই লৈ যাম এ…

বৰা চাউলৰ জলপান
দেখি লাগে খাং খাং
লগতে গুৰ-গাখীৰ লৈ
অ তোৰ যিহে চেহেৰা
দেখি লাগে যাং যাং
তোৰে ঘৰৰ জোৱাই হবলৈ

অ জেঙ’ৰে কেৰেলা খালেহে বুজিবি
মুখত কেনেকুৱা লাগে
যৌৱনত মাজনি প্ৰেমত পৰি চাবি
কেনেকুৱা মজা আছে

অ জেঙ’ৰে কেৰেলা খালেহে বুজিবি
মুখত কেনেকুৱা লাগে
যৌৱনত মাজনি প্ৰেমত পৰি চাবি
কেনেকুৱা মজা আছে

মিচিকি ঐ মিচিকি হাঁহিটিৰে বিন্ধিলি
কলিজাখন কৰিলি চাউল চলা চালনী
নপতিলেও পতাই চাম
নুবুজিলেও বুজাই চাম
বেয়া পালেও পাবি মোক
ইমানতো যদি তোক
ঘৰৰ পৰা নিদিয়ে
পলুৱাই লৈ যাম এ…

বৰা চাউলৰ জলপান
দেখি লাগে খাং খাং
লগতে গুৰ-গাখীৰ লৈ
অ তোৰ যিহে চেহেৰা
দেখি লাগে যাং যাং
তোৰে ঘৰৰ জোৱাই হবলৈ

অ মইনা কলিজা বুলি মাতিলে
বেয়া পাবি নে কি
ঢুকি তামোল গুচি পাণেৰে
পেলাম তোপোলা টি

অ মইনা কলিজা বুলি মাতিলে
বেয়া পাবি নে কি
ঢুকি তামোল গুচি পাণেৰে
পেলাম তোপোলা টি

সেচুকি ঐ সেচুকি
কিযে মৰম যাচিলি
নিদিও তোকে যাবলৈ
মোৰে সপোন গচকি
নপতিলেও পতাই চাম
নুবুজিলেও বুজাই চাম
বেয়া পালেও পাবি মোক
ইমানতো যদি তোক
ঘৰৰ পৰা নিদিয়ে
পলুৱাই লৈ যাম এ…

বৰা চাউলৰ জলপান
দেখি লাগে খাং খাং
লগতে গুৰ-গাখীৰ লৈ
অ তোৰ যিহে চেহেৰা
দেখি লাগে যাং যাং
তোৰে ঘৰৰ জোৱাই হবলৈ

Bora Saulor Jolpan Lyrics By Akash Pritom

<<Get More Lyrics>>

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button